അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
ഉദാഹരണം : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
പര്യായപദങ്ങൾ : অচ্ছুৎ, অস্পৃশ্য, নিকৃষ্ট
അർത്ഥം : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ഉദാഹരണം : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
പര്യായപദങ്ങൾ : অধঃপতিত, অধোগত, অৱনত, অৱনমিত
അർത്ഥം : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
ഉദാഹരണം : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
പര്യായപദങ്ങൾ : পথভ্রষ্ট, ভ্রষ্ট
ഇൻസ്റ്റാൾ ചെയ്യുക