അർത്ഥം : কোনো পত্র বা আদেশ আদিক উচিত স্থানলৈ লৈ যোৱা কার্য
ഉദാഹരണം :
তেওঁ প্ৰেৰণৰ কাৰণে পাৰ চৰাই পুহি ৰাখিছে
പര്യായപദങ്ങൾ : প্ৰেৰণ
അർത്ഥം : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
ഉദാഹരണം :
ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো
പര്യായപദങ്ങൾ : পঠোৱা, ৰাওনা হোৱা