അർത്ഥം : এটা মাহক পোন্ধৰ দিনকৈ কৰা দুটা ভাগৰ এটা ভাগ
ഉദാഹരണം :
কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান কৃষ্ণৰ জন্ম হৈছিল
അർത്ഥം : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
ഉദാഹരണം :
আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
പര്യായപദങ്ങൾ : পার্টী
അർത്ഥം : যাৰ আন কাৰোবাৰ সৈতে বিৰোধ হৈছে বা হʼব পাৰে তেনেধৰণৰ কথা কোনোৱে প্রমাণ কৰিব বিচাৰা অৱস্থা
ഉദാഹരണം :
আপুনি প্রথমে নিজৰ পক্ষ ন্যায়াধীশৰ আগত
അർത്ഥം : কোনো বিশেষ বিষয়ৰ দুটা বা ততোধিক বিৰোধী তত্ত্ব, সিদ্ধান্ত অথবা দলত বিভক্ত কোনোটোৰ এটা
ഉദാഹരണം :
আপুনি কোনটো পক্ষত আছে ?