അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা
ഉദാഹരണം : পাচিটোৰ গোটেইবোৰ আম পকা
പര്യായപദങ്ങൾ : পৰিপক্ক হোৱা
അർത്ഥം : দিশ পৰিব্্র্তন ্ কৰা
ഉദാഹരണം : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল
പര്യായപദങ്ങൾ : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা
അർത്ഥം : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা
അർത്ഥം : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
ഉദാഹരണം : তেওঁ ্ পকা আম খাই আছে
പര്യായപദങ്ങൾ : পৰিপক্ক
അർത്ഥം : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
ഉദാഹരണം : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
പര്യായപദങ്ങൾ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
അർത്ഥം : পুঁজেৰে ভৰি থকা
ഉദാഹരണം : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
പര്യായപദങ്ങൾ : গেলা
ഇൻസ്റ്റാൾ ചെയ്യുക