അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে
ഉദാഹരണം : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম
പര്യായപദങ്ങൾ : আধুনিক, নতুন, নবীনতম, লেটেষ্ট
അർത്ഥം : যাৰ আগতে অস্তিত্ব নাই
ഉദാഹരണം : আমি কোনো নতুন কাম কৰিব লাগে
പര്യായപദങ്ങൾ : অভিনৱ, নতুন, নবীন
അർത്ഥം : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অভিনৱ, ন, নতুন, নবীন, নব্য
അർത്ഥം : আঠ যোগ এক
ഉദാഹരണം : এই কলমটোৰ দাম ন টকা
പര്യായപദങ്ങൾ : ন, ৯
ഇൻസ്റ്റാൾ ചെയ്യുക