അർത്ഥം : চৰকাৰে প্রচলন কৰা এক বিশেষ ধৰণৰ কাগজ যʼত টকাৰ সংখ্যা ছপা কৰা থাকে আৰু যাক টকাৰ মুদ্রাৰ সমৰূপত চলোৱা হয়
ഉദാഹരണം :
তেওঁ ্ মোক এশ এশকৈ নোটবোৰ দেখুৱাই আছিল
അർത്ഥം : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
ഉദാഹരണം :
তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
പര്യായപദങ്ങൾ : টোকা
അർത്ഥം : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
ഉദാഹരണം :
নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
പര്യായപദങ്ങൾ : টোকা