അർത്ഥം : নেপালৰ নিবাসী
ഉദാഹരണം :
তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে
പര്യായപദങ്ങൾ : নেপাল বাসী, নেপাল-বাসী
അർത്ഥം : নেপাল দেশৰ ভাষা
ഉദാഹരണം :
বন্যাই নেপালীত কিতাপ লিখি আছে
പര്യായപദങ്ങൾ : নেপালী ভাষা, নেপালী-ভাষা
അർത്ഥം : নেপাল দেশৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
ৰমেশে নেপালী টুপি পিন্ধি আছে
അർത്ഥം : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে
അർത്ഥം : নেপালত থকা বা বসতি কৰা
ഉദാഹരണം :
তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে