അർത്ഥം : যি ৰাজনীতিৰ ক্ষেত্রত আগুৱাই লৈ যায়
ഉദാഹരണം :
সংসদ গৌৰৱ অক্ষুণ্ণ ৰখাটো নেতাসকলৰ হাতত আছে
അർത്ഥം : যিজন ব্যক্তি সকলোতে মুখ্য বা প্রধান
ഉദാഹരണം :
মোহন এই সংগঠনটোৰ প্রধান ব্যক্তি
പര്യായപദങ്ങൾ : চর্দাৰ, প্রধান ব্যক্তি
അർത്ഥം : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
ഉദാഹരണം :
বাজপেয়ী এগৰাকী ভাল নেতা
പര്യായപദങ്ങൾ : নায়ক