അർത്ഥം : কেতিয়াবা কেতিয়াবা ৰাতিৰ আকাশত দেখিবলৈ পোৱা ইফালে-সিফালে যোৱা বা পৃথিৱীলৈ নামি অহা যেন লগা এক উজ্জ্বল পিণ্ড
ഉദാഹരണം :
শ্যামে জ্যোতির্বিজ্ঞানৰ অন্তর্গত ় উল্কাৰ বিষয়ে অধ্যয়ন কৰি আছে
പര്യായപദങ്ങൾ : উল্কা, উল্কাপিণ্ড, পপীয়া তৰা
അർത്ഥം : গ্রহৰ দৰে সূর্যৰ ্ চাৰিওফালে পৰিভ্রমণ কৰা শিল, বালি, বৰফ, গেছ আদিৰে গঠিত সৰু সৰু খণ্ড, যি সৌৰমণ্ডলৰ অন্তর্গত:ধুমকেতু কেতিয়াবা কেতিয়াবা দেখা পোৱা যায়
ഉദാഹരണം :
പര്യായപദങ്ങൾ : ধুমকেতু