അർത്ഥം : মনে মনে থকা অৱস্থা বা কার্য
ഉദാഹരണം :
শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
പര്യായപദങ്ങൾ : নিমাত, নিৰবতা, নীৰবতা, মৌনতা, শ্্ব্দ নকৰা-
അർത്ഥം : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
പര്യായപദങ്ങൾ : নিস্তব্ধতা, নিৰবতা, শান্তি, শ্্ব্দহীনতা