അർത്ഥം : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
ഉദാഹരണം :
এই কামটোৰ তদাৰক ৰামে কৰিছে
പര്യായപദങ്ങൾ : চোৱা-চিতা, তদাৰক, পর্যবেক্ষণ
അർത്ഥം : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
ഉദാഹരണം :
তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
പര്യായപദങ്ങൾ : পর্যবেক্ষণ