അർത്ഥം : নিৰাশাবাদক মানি অহা ব্যক্তি
ഉദാഹരണം :
নিৰাশাবাদীৰ হৃদয়ত ভয়-শংকাই ঘৰ সাজে
അർത്ഥം : যাৰ মন নিৰাশা ভাৱেৰে ভৰি পৰিছে বা যি আশা বা সফলতাত বিশ্বাস নকৰে
ഉദാഹരണം :
নিৰাশাবাদী ভাব আমাৰ উন্নতিৰ অন্তৰায় স্বৰূপ