അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : আশাৰ অভাৱ
ഉദാഹരണം : নিৰাশাই মন আৱৰি ৰাখিলে সফলতা লাভ কৰা কঠিন হৈ পৰে
പര്യായപദങ്ങൾ : আশাভঙ্গ, আশাশূন্যতা, নিৰাশা, নৈৰাশ, নৈৰাশ্য, মোহভঙ্গ, মোহমুক্তি, হতাশা
അർത്ഥം : যাৰ আশা নোহোৱা হৈ গৈছে
ഉദാഹരണം : মহেশে যিকোনো কামতে নিৰাশ হৈ হাৰ মানি লয়
പര്യായപദങ്ങൾ : আশাহীন
അർത്ഥം : যি আশা হেৰুৱাই পেলাইছে বা যাৰ আশা নষ্ট হৈছে
ഉദാഹരണം : বিদ্যালয়ত নামভর্তিৰ সুবিধা নোপোৱাৰ কাৰণে শ্যাম হতাশ হৈ পৰিছে
പര്യായപദങ്ങൾ : আশাশূন্য, আশাহীন, নিভাৰসা, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, হতাশ
ഇൻസ്റ്റാൾ ചെയ്യുക