അർത്ഥം : দেশৰ পৰা বাহিৰ কৰি দিয়া শাস্তি
ഉദാഹരണം :
বৃটিছৰ ৰাজত্বকালত স্বাধীনতা যুঁ্জাৰুসকলক শাস্তি হিচাপে নি্র্বাসন দি আন্দামানলৈ পঠোৱা হৈছিল
പര്യായപദങ്ങൾ : দেশত্যাগী হোৱা-, দেশান্তৰী, নি্র্ব্বাসন
അർത്ഥം : কাৰোবাক শাস্তি স্বৰূপে কোনো ঠাই, অঞ্চল আদিৰ পৰা আঁ্তৰাই অন্য কোনো দূৰৱর্তী ঠাইলৈ পঠিওৱা কার্য
ഉദാഹരണം :
অজাতি ছোৱালী বিয়া কৰোৱাৰ কাৰণে মঙ্গলুক নিজ জাতিৰ পৰা নি্র্বাসন দিলে
അർത്ഥം : একপ্রকাৰৰ শাস্তি যʼত অপৰাধীক এক নির্দিষ্ট সময়লৈকে একোখন ঠাইত প্রৱেশৰ বাধা আৰোপ কৰা হয়
ഉദാഹരണം :
এই চিনেমাখনত নায়কজন নি্র্বাসন দিয়া হয়