അർത്ഥം : কোনো কামৰ কাৰণে বহুতৰ মাজৰ পৰা এজনক বা কিছুমানক প্রতিনিধি হিচাপে বাচনি কৰা কার্য
ഉദാഹരണം :
আগন্তুক লোকসভাৰ নি্র্বাচন প্রস্তুতি আৰম্ভ হৈ গৈছে
പര്യായപദങ്ങൾ : ইলেকচন
അർത്ഥം : নি্র্বাচিত বস্তু বা ব্যক্তি
ഉദാഹരണം :
এই পদটোৰ কাৰণে আপোনাৰ নি্র্বাচন প্রশংসাৰ যোগ্য
പര്യായപദങ്ങൾ : পচন্দ