അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ কোনো ধৰণৰ লোভ বা লালসা নাই
ഉദാഹരണം : প্রকৃত সাধু-সন্ত নিস্পৃহ হয়
പര്യായപദങ്ങൾ : নির্লোভ, লালসাৰহিত, লোভহীন
അർത്ഥം : যাৰ ইচ্ছা নাই
ഉദാഹരണം : অনিচ্ছুক ব্যক্তিৰ কোনো ধৰণৰ দুখ নহয়
പര്യായപദങ്ങൾ : অনভিলাষী, অনিচ্ছুক
അർത്ഥം : যি ইচ্ছুক নহয়
ഉദാഹരണം : তেওঁ এই ্কামটোৰ প্রতি অনিচ্ছুক
അർത്ഥം : ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
ഉദാഹരണം : কেতিয়াবা কেতিয়াবা কোনো অবাঞ্ছিত বস্তুৰ প্রাপ্তি আনন্দদায়ক হৈ পৰে
പര്യായപദങ്ങൾ : অকাম্য, অনভিলষণীয়, অনভিলষিত, অনাকাঙ্ক্ষী, অনীপ্সিত, অপ্রত্যাশিত, অবাঞ্ছনীয়, অবাঞ্ছিত, ইচ্ছাহীন, নিবিচৰা-
ഇൻസ്റ്റാൾ ചെയ്യുക