അർത്ഥം : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
ഉദാഹരണം :
গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
അർത്ഥം : যʼত ইচ্ছা নাথাকে
ഉദാഹരണം :
ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
പര്യായപദങ്ങൾ : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
അർത്ഥം : যʼত কাম বাসনা নাই
ഉദാഹരണം :
স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
പര്യായപദങ്ങൾ : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম