അർത്ഥം : দূৰ কৰিব পৰা বা দূৰ কৰাওতাজন
ഉദാഹരണം :
তেওঁ বিষৰ পৰা উপশম পাবৰ কাৰণে বিষ নিবাৰক ঔষধ সেৱন কৰি আছে
പര്യായപദങ്ങൾ : নির্মূল্্কাৰী
അർത്ഥം : যিয়ে প্রশমিত বা শান্ত কৰে
ഉദാഹരണം :
এইটো অগ্নি প্রশামিত যন্ত্র
പര്യായപദങ്ങൾ : প্রশামক, শাম কাটোতা
അർത്ഥം : নিবাৰণ কৰা
ഉദാഹരണം :
মেলেৰিয়া ৰোগ বিয়পাৰ আগতেই গাঁৱবোৰত মেলেৰিয়া নিবাৰক ঔষধ বিতৰণ কৰা হৈছে
പര്യായപദങ്ങൾ : ৰোধক