പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নিচান എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নিচান   বিশেষ্য

അർത്ഥം : এডাল মাৰিৰ মূৰত লগোৱা তিনিকোণীয়া বা চাৰিকোণীয়া প্রতীকসূচক কাপোৰ যাক অস্তিত্ব, সংকেত বুজাবলৈ আৰু উৎসৱ-অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হয়

ഉദാഹരണം : ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ তিনিটা ৰঙৰ মাজত এটা চক্রৰ চিহ্ন আছে

പര്യായപദങ്ങൾ : ধ্বজা, পতাকা, বৈজয়ন্তী

അർത്ഥം : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়

ഉദാഹരണം : সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে

പര്യായപദങ്ങൾ : প্রতীক

അർത്ഥം : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

ഉദാഹരണം : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

പര്യായപദങ്ങൾ : লক্ষ্য

അർത്ഥം : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

ഉദാഹരണം : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

പര്യായപദങ്ങൾ : চিন, চিহ্ন, প্রতীক, সংকেত

അർത്ഥം : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

ഉദാഹരണം : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

പര്യായപദങ്ങൾ : চাপ, চিন, চিহ্ন

അർത്ഥം : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : চেক, চেকা, দাগ, দাগী, ধাব্বা

അർത്ഥം : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

ഉദാഹരണം : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

പര്യായപദങ്ങൾ : লক্ষ্য

അർത്ഥം : কোনো বস্তু আদিক লক্ষ্য কৰি তাজৰ ওপৰত আঘাত কৰা কার্য

ഉദാഹരണം : চিকাৰী নিচান ব্যর্থ হʼল