അർത്ഥം : যি দ্রৱ্য সেৱন কৰিলে নিচা ধৰে
ഉദാഹരണം :
আজিকালি বেছিভাগ মানুহেই মাদক দ্রৱ্যৰ সেৱন কৰিবলৈ লৈছে
പര്യായപദങ്ങൾ : নিচা জাতীয় পদার্থ, নিচাত্মক পদার্থ, নিচাযুক্ত দ্রৱ্য, নিচাযুক্ত পদার্থ, মাদক দ্রৱ্য
അർത്ഥം : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
ഉദാഹരണം :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
പര്യായപദങ്ങൾ : জাল, মত্ততা, মত্তাৱস্থা, ৰাগি