അർത്ഥം : কাব্য, নাটক আদি সাহিত্য বা কথাছবি আদিত মুখ্যভাৱে স্থান পোৱা চৰিত্র
ഉദാഹരണം :
এই কাহিনীৰ নায়কজনে শেষত বীৰ গতি লাভ কৰিলে
പര്യായപദങ്ങൾ : প্রধান চৰিত্র, মুখ্য চৰিত্র, হিৰো
അർത്ഥം : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
ഉദാഹരണം :
বাজপেয়ী এগৰাকী ভাল নেতা
പര്യായപദങ്ങൾ : নেতা