പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নামঞ্জুৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নামঞ্জুৰ   বিশেষ্য

അർത്ഥം : কোনো কামত বা কথাত মানা কৰা

ഉദാഹരണം : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

പര്യായപദങ്ങൾ : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

അർത്ഥം : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ഉദാഹരണം : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

പര്യായപദങ്ങൾ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা

അർത്ഥം : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য

ഉദാഹരണം : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব

പര്യായപദങ്ങൾ : অস্বীকাৰ

নামঞ্জুৰ   বিশেষণ

അർത്ഥം : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

ഉദാഹരണം : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

പര്യായപദങ്ങൾ : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত

അർത്ഥം : যিয়ে সহমত পোৱা নাই

ഉദാഹരണം : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে

പര്യായപദങ്ങൾ : অসন্মতি, অস্বীকৃত, সহমতহীন