അർത്ഥം : ধন লৈ সম্ভোগ কৰোৱা নাৰী
ഉദാഹരണം :
কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়
പര്യായപദങ്ങൾ : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাটেশৰী, পতিতা, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰক্ষিতা, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী
അർത്ഥം : সংস্কৃত, হিন্দী, মাৰাঠী আদি অনেক ভাষা লিখা ভাৰতৰ ৰাষ্ট্রলিপি
ഉദാഹരണം :
দেৱনাগৰী লিপিত অনেক ভাৰতীয় বাষা লিখা হয়
പര്യായപദങ്ങൾ : দেৱনাগৰী লিপি