അർത്ഥം : কোনো বস্তু আদিক নষ্ট কৰা কার্য
ഉദാഹരണം :
পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
പര്യായപദങ്ങൾ : ধ্বংস কৰা
അർത്ഥം : উচ্ছন্ন বা নষ্ট হোৱা
ഉദാഹരണം :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
പര്യായപദങ്ങൾ : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নাশ কৰা, বিনাশ কৰা
അർത്ഥം : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
ഉദാഹരണം :
দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
പര്യായപദങ്ങൾ : বেয়া কৰা
അർത്ഥം : ব্যক্তিৰ গুণ আদি নষ্ট কৰা
ഉദാഹരണം :
অহংকাৰে মানুহক বর্বাদ কৰে
പര്യായപദങ്ങൾ : খোৱা, বর্বাদ কৰা