അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে
ഉദാഹരണം : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে
പര്യായപദങ്ങൾ : নলিকা
അർത്ഥം : পানী বৈ যোৱা সৰু পথ বা সৰু জান
ഉദാഹരണം : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
പര്യായപദങ്ങൾ : নর্দম্া, নলা, লোৰ
അർത്ഥം : গোল-দীঘলীয়া ফোঁপোলা বস্তু
ഉദാഹരണം : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
പര്യായപദങ്ങൾ : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ
അർത്ഥം : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে
ഉദാഹരണം : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই
പര്യായപദങ്ങൾ : টেপ, পানী-নলী
ഇൻസ്റ്റാൾ ചെയ്യുക