അർത്ഥം : নলৰ আকাৰৰ কোনো বস্তু
ഉദാഹരണം :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
പര്യായപദങ്ങൾ : চুঙা
അർത്ഥം : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
ഉദാഹരണം :
ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
അർത്ഥം : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
ഉദാഹരണം :
ৰামে হোকা খাই আছে
പര്യായപദങ്ങൾ : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা