പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নমুনা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নমুনা   বিশেষ্য

അർത്ഥം : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়

ഉദാഹരണം : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ

പര്യായപദങ്ങൾ : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন

അർത്ഥം : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

ഉദാഹരണം : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

പര്യായപദങ്ങൾ : আর্হি, মডেল

അർത്ഥം : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ

ഉദാഹരണം : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে

അർത്ഥം : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়

ഉദാഹരണം : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল

പര്യായപദങ്ങൾ : আর্হি, ডিজাইন

അർത്ഥം : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ

ഉദാഹരണം : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি

പര്യായപദങ്ങൾ : উদাহৰণ, দৃষ্টান্ত