അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : তলমুৱা হৈ থকা অৱস্থা বা ভাব
ഉദാഹരണം : গছজোপা নদীৰফালে নামি আছে
അർത്ഥം : নামি যোৱা বা কমি যোৱা
ഉദാഹരണം : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
പര്യായപദങ്ങൾ : কমা
അർത്ഥം : ওখ ঠাইৰ পৰা তললৈ অহা কার্য
ഉദാഹരണം : আইতাই লাহে লাহে খটখটিৰে নামিছে
പര്യായപദങ്ങൾ : অৱৰোহণ কৰা, নামি অহা
അർത്ഥം : মূল্য অৱনমিত হোৱা বা কমি অহা
ഉദാഹരണം : আজিকালি সোণৰ দাম নামিছে
പര്യായപദങ്ങൾ : কমা, পৰা
ഇൻസ്റ്റാൾ ചെയ്യുക