അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি প্রবীণ নহয়
ഉദാഹരണം : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
പര്യായപദങ്ങൾ : তৰুণ, নতুন, নবাগত
അർത്ഥം : যাৰ আগতে অস্তিত্ব নাই
ഉദാഹരണം : আমি কোনো নতুন কাম কৰিব লাগে
പര്യായപദങ്ങൾ : অভিনৱ, নতুন, নৱ
അർത്ഥം : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অভিনৱ, ন, নতুন, নব্য, নৱ
അർത്ഥം : বর্ত্্মান বা এই সময়ৰ বা এই সময়ৰ সৈতে সম্বন্ধিত
ഉദാഹരണം : আধুনিক ভাৰতীয় সমাজ ভ্রষ্টাচাৰৰ দিশত গতি কৰিছে
പര്യായപദങ്ങൾ : অপ্রাচীন, আধুনিক, ্অর্বাচীন
ഇൻസ്റ്റാൾ ചെയ്യുക