അർത്ഥം : যাৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছত তাক পুনৰ আগুৱাই নিবৰ কাৰণে বৈধ বা নিয়মিত কৰা কার্য
ഉദാഹരണം :
মোৰ পৰিচয় পত্রখন নবীকৰণ কৰিবলৈ দিছোঁ
അർത്ഥം : পুনৰ নতুন ৰূপলৈ অনা ক্রিয়া
ഉദാഹരണം :
মোৰ ঘৰটোৰ নবীকৰণ কৰা হৈ আছে