അർത്ഥം : যি শাস্ত্রত সৌন্দর্য সম্পর্কীয় দার্শনিক তত্ত্বৰ বিষয়ে আলোচনা কৰা থাকে
ഉദാഹരണം :
মধুমিতাই সৌন্দর্য-্শাস্ত্রত গৱেষণা কৰি পি. এইচ. ডি উপাধি লাভ কৰিছে
പര്യായപദങ്ങൾ : কলাবিদ্যা, কান্তিবিদ্যা, সৌন্দর্য-্শাস্ত্র, ৰূপতত্ত্ব