അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে
ഉദാഹരണം : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম
പര്യായപദങ്ങൾ : আধুনিক, নবীনতম, নৱ, লেটেষ্ট
അർത്ഥം : যি প্রবীণ নহয়
ഉദാഹരണം : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
പര്യായപദങ്ങൾ : তৰুণ, নবাগত, নবীন
അർത്ഥം : যিজনে কোনো কাম এইমাত্রহে শিকিছে
ഉദാഹരണം : এই কামটো নতুন মানুহেও কৰিব পাৰে
പര്യായപദങ്ങൾ : অনভ্যস্ত, অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু
അർത്ഥം : যাৰ আগতে অস্তিত্ব নাই
ഉദാഹരണം : আমি কোনো নতুন কাম কৰিব লাগে
പര്യായപദങ്ങൾ : অভিনৱ, নবীন, নৱ
അർത്ഥം : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অভিনৱ, ন, নবীন, নব্য, নৱ
ഇൻസ്റ്റാൾ ചെയ്യുക