അർത്ഥം : আনন্দত জঁপিওৱা-জঁপি কৰা
ഉദാഹരണം :
চাকৰি পোৱাৰ খবৰ পাই মনোহৰে নাচিবলৈ ধৰিলে
അർത്ഥം : সংগীতৰ লগত তাল স্বৰ অনুযায়ী ভাব-ভঙ্গী দেখুৱাই জঁপিওৱা, ঘূৰা আৰু এই ধৰণৰ অন্য মুদ্রা দেখুওৱা কার্য
ഉദാഹരണം :
তেওঁ খুউব ভাল নাচিছিল
പര്യായപദങ്ങൾ : নর্তন ্ কৰা, নৃত্য কৰা