അർത്ഥം : যিয়ে কোনো শ্্ব্দ, বাক্য আদিৰ হুবহু ৰূপত নকল কৰিব পাৰে
ഉദാഹരണം :
নিৰীক্ষকে নকলকাৰীকেইটাক পৰীক্ষা গৃহৰ পৰা বাহিৰ কৰি দিলে
പര്യായപദങ്ങൾ : অনুকাৰক
അർത്ഥം : কাৰোবাৰ আদব-কায়দা, মাত কথা আদিৰ নকল কৰা
ഉദാഹരണം :
বান্দৰ বহুত অনুকৰণকাৰী
പര്യായപദങ്ങൾ : অনুকৰণকাৰী