പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নকল কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নকল কৰা   বিশেষ্য

അർത്ഥം : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ

ഉദാഹരണം : ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়

নকল কৰা   ক্ৰিয়া

അർത്ഥം : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা

ഉദാഹരണം : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে

പര്യായപദങ്ങൾ : কপি কৰা, টোকা, লিখা

അർത്ഥം : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা

ഉദാഹരണം : শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে

പര്യായപദങ്ങൾ : অনুকৰণ কৰা, অনুসৰণ কৰা