പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নকল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নকল   বিশেষ্য

അർത്ഥം : কোনো শ্্ব্দ, বাক্য, লেখা আদি চাই তাক আক্ষৰিকভাৱে লিখা কার্য

ഉദാഹരണം : শিক্ষকে দুজন পৰীক্ষার্থীক নকল কৰি থাকোঁতে ধৰিলে

അർത്ഥം : লেখা আদিৰ আক্ষৰিক স্বৰূপ

ഉദാഹരണം : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে

പര്യായപദങ്ങൾ : অনুলিপি, কপি, প্রতিলিপি, প্রতিলেখ

അർത്ഥം : কাৰোবাৰ আদব-কায়দা অথবা কথা বতৰাৰ হুবহু ৰূপত কৰা অনুসৰণ

ഉദാഹരണം : সৰু লʼৰাটোৱে নিজৰ ককাকৰ নকল কৰি আছে

അർത്ഥം : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু

ഉദാഹരണം : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে

പര്യായപദങ്ങൾ : অনুকৃতি, প্রতিকৃতি, প্রতিৰূপ

নকল   বিশেষণ

അർത്ഥം : যিটো কেৱল ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ বিচাৰেৰে দেখুওৱা হয়

ഉദാഹരണം : নকলী বস্তুৰ সৌন্দর্যৰ ্প্রভাৱ ক্ষণিকৰ বাবেহে থাকে

പര്യായപദങ്ങൾ : কৃত্রিম, নকলী

അർത്ഥം : যʼত দোষ আছে

ഉദാഹരണം : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

പര്യായപദങ്ങൾ : অবিশুদ্ধ, কৃত্রিম, জাল, নকলী, ভেজাল