അർത്ഥം : ধৰা কার্য
ഉദാഹരണം :
তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল
അർത്ഥം : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য
ഉദാഹരണം :
মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে
അർത്ഥം : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া
ഉദാഹരണം :
নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে
അർത്ഥം : আক্রান্ত হোৱা
ഉദാഹരണം :
মোৰ বেয়াকৈ পানীলগাই ধৰিছে
അർത്ഥം : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
ഉദാഹരണം :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
പര്യായപദങ്ങൾ : লোৱা
അർത്ഥം : কল্পনা কৰা
ഉദാഹരണം :
আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ
പര്യായപദങ്ങൾ : কল্পনা কৰা, ধৰি লোৱা
അർത്ഥം : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা
ഉദാഹരണം :
বৰষুণত লোহা মামৰে খায়
പര്യായപദങ്ങൾ : খোৱা
അർത്ഥം : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা
ഉദാഹരണം :
পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো
അർത്ഥം : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য
ഉദാഹരണം :
ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে