അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ഉദാഹരണം : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
പര്യായപദങ്ങൾ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
അർത്ഥം : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
ഉദാഹരണം : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
പര്യായപദങ്ങൾ : চাল-চলন
അർത്ഥം : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ഉദാഹരണം : তেওঁৰ ব্যৱহাৰ ভাল নহয়
പര്യായപദങ്ങൾ : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
അർത്ഥം : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
ഉദാഹരണം : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
പര്യായപദങ്ങൾ : আচৰণ, ব্যৱহাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക