പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ধৰণ-কৰণ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ধৰণ-কৰণ   বিশেষ্য

അർത്ഥം : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

ഉദാഹരണം : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

പര്യായപദങ്ങൾ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ

അർത്ഥം : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ

ഉദാഹരണം : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে

പര്യായപദങ്ങൾ : চাল-চলন

അർത്ഥം : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

ഉദാഹരണം : তেওঁৰ ব্যৱহাৰ ভাল নহয়

പര്യായപദങ്ങൾ : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

അർത്ഥം : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি

ഉദാഹരണം : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ

പര്യായപദങ്ങൾ : আচৰণ, ব্যৱহাৰ