അർത്ഥം : কোনো ঘৰ আদিৰ ভঙা-চিঙা অথবা হালি পৰা অংশ
ഉദാഹരണം :
এইটো মোগলযুগৰ কিল্লাৰ ভগ্নাৱশেষ
പര്യായപദങ്ങൾ : ভগ্নাৱশেষ
അർത്ഥം : অট্টালিকা বা প্রাসাদ (প্রাচীন স্থাপত্যৰ নি্দর্শনৰ) আদিৰ ভাঙি-চিঙি ৰৈ যোৱা টুকুৰা
ഉദാഹരണം :
ধ্বংসাৱশেষৰ পৰা দুটা মৰাশ উদ্ধাৰ কৰা হৈছে