അർത്ഥം : কোনো বস্তু আদিক নষ্ট কৰা কার্য
ഉദാഹരണം :
পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
പര്യായപദങ്ങൾ : নষ্ট কৰা
അർത്ഥം : উচ্ছন্ন বা নষ্ট হোৱা
ഉദാഹരണം :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
പര്യായപദങ്ങൾ : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা