അർത്ഥം : ধোৱা কাম
ഉദാഹരണം :
গীতাই কাপোৰ ধুই আছে
അർത്ഥം : ধোৱা কাম
ഉദാഹരണം :
শ্রমিকবোৰে ইটাবোৰ ধোৱা কাম কৰি আছে
അർത്ഥം : কাপোৰ চফা কৰা কার্য
ഉദാഹരണം :
শীলাই কাপোৰ ধুই আছে
അർത്ഥം : পানী, চাবোন আদিৰে কাপোৰ আদি চফা কৰা কার্য
ഉദാഹരണം :
এচামোচ পাউদাৰেৰে ইমান সোপা কাপোৰ ধোৱা হʼল
അർത്ഥം : পানী, চাবোন আদিৰে চফা কৰা বা ধোৱা
ഉദാഹരണം :
আজিকালি মেচিনত কাপোৰ ধোৱা হয়
അർത്ഥം : পানী বা কোনো তৰল পদার্থৰ ্ সহায়ত কোনো বস্তুৰ পৰা ময়লা, ধূলি আদি ্ আঁতৰোৱা কার্য
ഉദാഹരണം :
শ্যামাই সাধুজনৰ ভৰি ধুই দিছে
പര്യായപദങ്ങൾ : ধুই দিয়া, পখালা, পখালি দিয়া
അർത്ഥം : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা
ഉദാഹരണം :
তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে
പര്യായപദങ്ങൾ : ধোৱা-পখলা কৰা, প্রক্ষালন কৰা