അർത്ഥം : অন্ধকাৰ বা অস্পষ্ট হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
চানি পৰাৰ কাৰণে চকুৰে ধুঁৱলি-কুৱলী দেখিছে
പര്യായപദങ്ങൾ : ধুৱলি-কুঁৱলী
അർത്ഥം : অলপ আন্ধাৰ হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
সন্ধিয়াৰ ধুঁৱলি-কুঁৱলীত চোৰ ঘৰৰ ভিতৰলৈ সোমাই গʼল
പര്യായപദങ്ങൾ : ধুঁৱলি-কুৱলী