അർത്ഥം : ধোঁৱা বৰণৰ
ഉദാഹരണം :
কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
അർത്ഥം : ধূলি লগা বা ধূলি সনা
ഉദാഹരണം :
খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
പര്യായപദങ്ങൾ : ধূলি ধূসৰ, ধূলিধূসৰিত
അർത്ഥം : ধূলিৰে ভৰি থকা
ഉദാഹരണം :
ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
പര്യായപദങ്ങൾ : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত