അർത്ഥം : যি তীব্র বতাহৰ লগত বৰষুণো আহে
ഉദാഹരണം :
হস্ত নক্ষত্র উঠোতেই বতাহ-বৰষুণ আৰম্ভ হʼল
പര്യായപദങ്ങൾ : বতাহ-বৰষুণ
അർത്ഥം : অতিপাত বৰষুণ আৰু ধূলি-বালি উৰি হোৱা ধুমুহা-বতাহ
ഉദാഹരണം :
ৰাতি অহা ধুমুহা-বৰষুণে মানুহৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিলে
പര്യായപദങ്ങൾ : তুফান