പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ধাৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ধাৰা   বিশেষ্য

അർത്ഥം : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

ഉദാഹരണം : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

പര്യായപദങ്ങൾ : ধাৰ, প্রবাহ

അർത്ഥം : বৈ যোৱা কার্য ্বা ভাব

ഉദാഹരണം : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল

പര്യായപദങ്ങൾ : প্রবাহ, বেগ, সোঁত

അർത്ഥം : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে

ഉദാഹരണം : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়

പര്യായപദങ്ങൾ : দফা, নিয়ম

അർത്ഥം : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম

ഉദാഹരണം : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল

പര്യായപദങ്ങൾ : প্রবাহ

അർത്ഥം : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

ഉദാഹരണം : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

പര്യായപദങ്ങൾ : ধাৰ, প্রৱাহ, সোঁত