പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ধাৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ধাৰ   বিশেষ্য

അർത്ഥം : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ

ഉദാഹരണം : এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে

അർത്ഥം : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

ഉദാഹരണം : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

പര്യായപദങ്ങൾ : ধাৰা, প্রবাহ

അർത്ഥം : হঠাৎ জোৰেৰে অহা প্রৱাহ

ഉദാഹരണം : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

പര്യായപദങ്ങൾ : লহৰ

അർത്ഥം : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

ഉദാഹരണം : এই তৰোৱালখনৰ পানী চাবলগীয়া

പര്യായപദങ്ങൾ : পানী

അർത്ഥം : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

ഉദാഹരണം : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

പര്യായപദങ്ങൾ : ঋণ

അർത്ഥം : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি

ഉദാഹരണം : ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে

അർത്ഥം : হাতিয়াৰ বা অস্ত্রৰ চোক

ഉദാഹരണം : কটাৰীখনৰ ধাৰ নোহোৱা হʼল

അർത്ഥം : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

ഉദാഹരണം : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

പര്യായപദങ്ങൾ : ধাৰা, প্রৱাহ, সোঁত