അർത്ഥം : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ
ഉദാഹരണം :
এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে
അർത്ഥം : হঠাৎ জোৰেৰে অহা প্রৱাহ
ഉദാഹരണം :
পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে
പര്യായപദങ്ങൾ : লহৰ
അർത്ഥം : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
ഉദാഹരണം :
এই তৰোৱালখনৰ পানী চাবলগীয়া
പര്യായപദങ്ങൾ : পানী
അർത്ഥം : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন
ഉദാഹരണം :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে
പര്യായപദങ്ങൾ : ঋণ
അർത്ഥം : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি
ഉദാഹരണം :
ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে
അർത്ഥം : হাতিয়াৰ বা অস্ত্রৰ চোক
ഉദാഹരണം :
কটাৰীখনৰ ধাৰ নোহোৱা হʼল