അർത്ഥം : ক্রিয়াৰ মূল ৰূপ
ഉദാഹരണം :
সংস্কৃতত ভূ, কৃ আদি ধাতু
അർത്ഥം : শৰীৰক নি্র্মাণ কৰি থকা ভিতৰুৱা তত্ত্ব বা পদার্থ যি বৈদ্যৰ অনুসৰি সাত প্রকাৰৰ
ഉദാഹരണം :
আমাৰ শৰীৰত ৰস, তেজ, মাংস, তেল, শুক্র, মজ্জা আৰু অস্থি- এই সাত ধাতু থাকে
അർത്ഥം : যি কঠিন আৰু উজ্জ্বল খনিজ পদার্থৰ ় দ্বাৰা বাচন-বর্তন, ় গহণা, অস্ত্র-শস্ত্র আদি বনোৱা হয়
ഉദാഹരണം :
সোণ এবিধ মূল্যবান ধাতু
പര്യായപദങ്ങൾ : মেটেল