പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ধাই എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ধাই   বিশেষ্য

അർത്ഥം : শিশুৰ চোৱাচিতা কৰা দাসী

ഉദാഹരണം : কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে

അർത്ഥം : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী

ഉദാഹരണം : আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়

പര്യായപദങ്ങൾ : ধাই মাতৃ

അർത്ഥം : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী

ഉദാഹരണം : চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে

പര്യായപദങ്ങൾ : ধাত্রী

അർത്ഥം : আনৰ কেঁচুৱাক নিজৰ পিয়াহ খুৱাই প্রতিপাল কৰা স্ত্রী

ഉദാഹരണം : মাকৰ মৃত্যুৰ পিছত এগৰাকী ধাত্রীৰ কোলাত শ্যাম ডাঙৰ-দীঘল হৈছিল

പര്യായപദങ്ങൾ : ধাই মা, ধাত্রী