അർത്ഥം : ধর্মান্ধ হোৱা অৱস্থা
ഉദാഹരണം :
ধর্মান্ধতা ব্যক্তি আৰু সমাজৰ কাৰণে লাভদায়ক নহয়
അർത്ഥം : নিজৰ মত বা সম্প্রদায়ৰ কথালৈ আকোঁৰগোজ হৈ থকা স্বভাৱ
ഉദാഹരണം :
হিন্দু তথা মুছলমানৰ ধর্মান্ধতাৰ কাৰণেই অযোধ্যা বিবাদ হৈছিল
പര്യായപദങ്ങൾ : গোৰামী, ধর্মোন্মাদনা