അർത്ഥം : ডাবি-ধমকি দিয়া কার্য
ഉദാഹരണം :
ইমান ডবিওৱাৰ পিছতো ৰামে নিজৰ মনৰ মতেই কৰিলে
പര്യായപദങ്ങൾ : ডবিওৱা, ডাবি-ধমকি দিয়া
അർത്ഥം : ধমকি দি ভয় খুওৱা
ഉദാഹരണം :
এটা লʼৰাই মোৰ সৰু ভাইটিক ধমকি দিছিল
പര്യായപദങ്ങൾ : ধমকি দিয়া, হুমকি দিয়া